Axom Library ত আপুনি পাব AHSEC দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ সকলো অধ্যায়ৰ সম্পূৰ্ণ নোটছ, প্ৰশ্ন-উত্তৰ, সমাধান, MCQ, গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ফ্ৰী PDF। এই নোটছসমূহ নতুন AHSEC পাঠ্যক্ৰম ২০২৬ অনুসৰি প্ৰস্তুত কৰা হৈছে।
Axom Library অসমৰ এটা বিশ্বস্ত ফ্ৰী শিক্ষা ৱেবছাইট য’ত আপুনি পাব HS 2nd Year অসমীয়া বিষয়ৰ সকলো অধ্যায়ৰ প্ৰশ্ন উত্তৰ, নোটছ আৰু সমাধান।
ইয়াত আপুনি সাহিত্য সৌৰভ কিতাপৰ সকলো গদ্য (Prose) আৰু পদ্য (Poetry) ৰ প্ৰশ্ন উত্তৰ পাব। বৰগীত, মোৰ মাতৃমুখ দৰ্শন, মোগলৰ বিজয় স্তম্ভ আদি পাঠৰ চমু আৰু ৰচনাধৰ্মী প্ৰশ্নৰ উত্তৰ সহজ ভাষাত দিয়া হৈছে। এই নোটছসমূহ AHSEC Final Exam ২০২৬ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
Disclaimer: These notes are prepared by expert teachers to help students in their exam preparation. For official syllabus, please refer to AHSEC website.