Session 2026 • Science Stream

Mathematics Solutions (Assamese Medium)
HS 2nd Year Complete Guide

AHSEC দ্বাদশ শ্ৰেণীৰ গণিত (Mathematics) ৰ সকলো অধ্যায়ৰ সম্পূৰ্ণ সমাধান। ইয়াত আপুনি পাব Calculus, Vectors, Probability আৰু অন্য সকলো অধ্যায়ৰ step-by-step solutions.

সূচীপত্র
প্রথম খণ্ড
অধ্যায় - 1 সম্বন্ধ আৰু ফলন (Relations and Functions) অধ্যায় - 2 প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন (Inverse Trigonometric Functions) অধ্যায় - 3 মৌলকক্ষ (Matrices) অধ্যায় - 4 নিৰ্ণায়ক (Determinants) অধ্যায় - 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তা (Continuity and Differentiability) অধ্যায় - 6 অৱকলনৰ প্ৰয়োগ (Application of Derivatives) অধ্যায় - 7 সমাকলন (Integrals) অধ্যায় - 8 সমাকলনৰ প্ৰয়োগ (Application of Integrals) অধ্যায় - 9 অৱকল সমীকৰণ (Differential Equations) অধ্যায় - 10 ভেক্টৰ বীজগণিত (Vector Algebra) অধ্যায় - 11 ত্ৰিবিমীয় জ্যামিতি (Three Dimensional Geometry) অধ্যায় - 12 ৰৈখিক প্ৰগ্ৰমিং (Linear Programming) অধ্যায় - 13 সম্ভাৱিতা (Probability)

Course Content

  • Chapter-wise Maths Solutions
  • Important Formulas & Theorems
  • Solved Examples for Calculus
  • Probability & Vectors Notes
  • Previous Year Question Papers Solved

গণিতৰ পৰীক্ষাৰ প্ৰস্তুতি

Axom Library য়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে গণিতৰ জটিল সমস্যাবোৰৰ সহজ সমাধান। আমাৰ নোটছবোৰ অনুসৰণ কৰি আপুনি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিব।

Maths Topics

Relations & FunctionsMatricesIntegralsDifferential EquationsVectorsProbability